সোণাৰি: সোণাৰিৰ বানফেৰাৰ ৰাজহুৱা খেলপথাৰত বানফেৰা বাসী ৰাইজৰ উদ্যোগত তৃতীয় বাৰ্ষিক কৰম পূজা অনুষ্ঠান
বিগত বৰ্ষৰ দৰে এইবাৰো সোণাৰিৰ বানফেৰাৰ খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে কৰম পূজা অনুষ্ঠিত কৰা হয়।বানফেৰাবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত এইবাৰ তৃতীয় বাৰ্ষিক কৰম পূজা পালন কৰে।দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰে কৰম পূজা।কৰম পূজাৰ দিনা পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু ইয়াৰ পিছতে বহু কাৰ্যসূচী পালন কৰে কৰম পূজা সমিতিয়ে।এই কৰম পূজা উদযাপন মুকলি সভাত সমিতিয়ে প্ৰথম বাৰৰ বাবে সোণাৰিৰ জেষ্ঠ সাংবাদিক দিপাংকৰ পাল আৰু সোণাৰিৰ যুৱ সাংবাদিক আব্দুল জাব্বাৰক যুৱ স