ৰঙিয়া ভাগ: আজি শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা, ৰঙিয়াত আৰক্ষীয়ে পালন কৰিছে বিশ্বকৰ্মা পূজা,নাগাৰা নামৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন
আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। বুধবাৰে ৰঙিয়াত আৰক্ষীয়ে পালন কৰিছে বিশ্বকৰ্মা পূজা।ৰঙিয়া আৰক্ষী থানাৰ চৌহদত ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথৰ লগতে আন আৰক্ষী সকলক পৰম্পৰাগত সাজ পৰিধান কৰি বিশ্বকৰ্মা পূজা কৰা দেখা গ'ল।