টেঙাখাত: শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হ'ল টেঙাখাত মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন ,১২ টা পদতে আছুৰ সমর্থিত প্রার্থী জয়ী
টেঙাখাতৰ একমাত্র উচ্চ শিক্ষাৰ প্রতিষ্ঠান টেঙাখাত মহাবিদ্যালয়ত আজি ২০২৫-২৬ বৰ্ষৰ বাবে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। অতি শান্তিপূর্ণভাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ১৩ টা পদৰ ভিতৰত ১২ টা পদতে আছুৰ সমর্থিত প্রার্থী জয়ী হোৱাৰ বিপৰীতে এটা পদত আটছাৰ সমৰ্থিত প্রার্থী জয়ী হয়।