বিশ্বনাথ: বিহালীৰ ৰটোৱা টোল গেটত ভয়ংকৰ পথ দুৰ্ঘটনা, অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত মটৰ চাইকেল আৰোহী
Biswanath, Biswanath | Aug 24, 2025
বিহালীৰ ৰটোৱা টোল গেটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। লক্ষিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত এখন মটৰ চাইকেলক...