পলাশবাৰী: উপৰহালীত কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কাতি বিহু উদযাপন কাৰ্য্যসূচীত উপস্থিত বিধায়ক হেমাংগ ঠাকুৰীয়া।
উপৰহালীত অসম চৰকাৰৰ কৃষি বিভাগৰ সৌজন্যত আৰু গুৱাহাটী মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত কাতি বিহু উদযাপন কাৰ্যসূচীত উপস্থিত বিধায়ক হেমাংগ ঠাকুৰীয়া আজিৰ উক্ত কাৰ্যসূচীত কামৰূপ জিলাৰ সন্মানীয় আয়ুক্ত শ্ৰীযুত দেৱ কুমাৰ মিশ্ৰ ডাঙৰীয়াৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।