ধুবুৰী ভাগ: ভোলানাথ মহাবিদ্যালয়ৰ গেট বন্ধ কৰি ABVP ৰ তীব্ৰ প্ৰতিবাদ, অধ্যাপক দুজনক বহিস্কাৰৰ দাবী
ABVP এৰি দিবলৈ ছাত্ৰীক ধমক দিয়া ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি ওলোটাই ছাত্ৰী গৰাকীক দোষাৰোপ কৰা কাৰ্য্যক তীব্ৰ গৰিহণা দিয়ে ABVP য়ে। আজি ৰাতিপুৱাৰ পৰা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ গেট বন্ধ কৰি ABVP য়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।