নাওবৈচা: নাওবৈচাত কঁঠালপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ কণমানি ছাত্ৰীক প্ৰহাৰ কৰাকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি
কণমানি ছাত্ৰীক প্ৰহাৰ কৰাক লৈ নাওবৈচাত উত্তপ্ত পৰিস্থিত, কঁঠালপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰুনিমা সন্দিকৈয়ে তৃতীয় শ্ৰেণীৰ কণমানি ছাত্ৰীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাক লৈ এই উত্তপ্ত পৰিস্থিতি। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে একত্ৰিত হৈ বিদ্যালয়ত পৰিস্থিতি উত্তপ্ত কৰি তোলে।প্ৰধান শিক্ষয়িত্ৰী দিপজ্যোতি বৰাইয়ো সোমবাৰে এগৰাকী কণমানিক প্ৰহাৰ কৰাৰ ফলত চিকিৎসালয় ভৰ্তি হব লগা হৈছিল।আনহাতে প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ ওপৰত আন এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আন এগৰাকী ছাত্ৰীয়ে ।