বাক্সা: নমিনেটে MCLAয়ে দাবীৰে নাথ যোগীৰ সংবাদমেল
Baska, Baksa | Sep 28, 2025 নমিনেটে MCLAয়ে দাবীৰে নাথ যোগীৰ সংবাদমেল। ২০০৩ চনৰ পৰাই বিটিচি চৰকাৰক দাবী জনায় আহিছে নমিনেটে MCLA ৰ বাবে আচৰিত কথাটো হ'ল আজিলৈকে বিটিচি চৰকাৰে নমিনেটে MCLA নিদিলে নাথ যোগীয়ে। এইবাৰ বিটিচিত বিপিএফ চৰকাৰ নিৰ্বাচিত হোৱাৰ পিছতেই বিপিএফ চৰকাৰক আহ্বান জনায় নাথ যোগীক নমিনেটে MCLA দিয়াৰ বাবে।