সোণাৰি: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সন্তুষ্ট নহয় বিধায়ক দেৱব্ৰত শইকীয়া,সোণাৰিত মমশিখা সমদলত অংশগ্ৰহণ বিধায়ক গৰাকীৰ
চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ ৰাজপথত আজি প্ৰাণৰ শিল্পী হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত জিলা কংগ্ৰেছৰ প্ৰায় দুই শতাধিক কৰ্মীৰ মমশিখা সমদল। এই সমদলত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অংশগ্ৰহণ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত সন্তুষ্ট নহয় দেৱব্ৰত শইকীয়া। বিৰোধী দলপতি গৰাকীয়ে কয় যে আমি প্ৰথমৰ পৰাই কৈছোঁ এই ঘটনা দুখন দেশৰ ভিতৰত হোৱা এটা ঘটনা, যিহেতু ই এটা ইন্টাৰনেছনেল ক্ৰাইম গতিকে CBI ৰ দ্বাৰা তদন্ত হ'ব লাগে বুলি দাবী উত্থাপন ক