ঢকুৱাখানা ভাগ: অসমৰ পৰিষ্কাৰ চহৰৰ ভিতৰত ঢকুৱাখনা পৌৰসভাই লাভ কৰিলে ৫ম স্থান, চাফাই কৰ্মী আৰু চালকক ঢকুৱাখনাত সম্বৰ্ধনা বিধায়ক নৱ দলেৰ
Dhakuakhana Part, Lakhimpur | Jul 25, 2025
স্বচ্ছ সৰ্বেক্ষণৰ সমীক্ষাত অসমৰ পৰিষ্কাৰ চহৰৰ ভিতৰত ঢকুৱাখনা পৌৰসভাই লাভ কৰিবলৈ সক্ষম হৈছে পঞ্চম স্থান।ঢকুৱাখনা সমষ্টিৰ...