বিহপুৰীয়া: পথালি পাহাৰৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এজন যুৱকৰ পৰা ড্ৰাগছ ভৰ্তি ৫০ টা কন্টেইনাৰ সহ আটক বান্দৰদেৱা আৰক্ষীৰ
Bihpuria, Lakhimpur | Aug 22, 2025
লখিমপুৰ জিলাৰ পথালিপাহাৰৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে বান্দৰদেৱা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। অভিযানত...