মানকাচৰ: ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গুদলিগাঁও সীমান্ত আৰক্ষী চকীত জিলা আৰক্ষীৰ উদ্যোগত ৩০০ গছপুলি ৰোপণ, উপস্থিত এছএছপি
Mankachar, South Salmara-Mankachar | Jul 27, 2025
ৰবিবাৰে দিনৰ আনুমানিক ১০:৩০ বজাত হাটশিঙিমাৰী ভাৰত-বাংলাদেশ সীমান্তৰ গুদলিগাঁৱত নিৰ্মাণ কৰা সীমান্ত আৰক্ষী চকীত আজি জিলা...