ছয়গাঁও: সদ্যঘোষিত অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত স্থান লাভ কৰা কেইবগৰাকী যুৱক যুৱতীক সম্বৰ্দ্ধনাপশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ
সদ্যঘোষিত অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত স্থান লাভ কৰা কেইবগৰাকী যুৱক যুৱতীক সম্বৰ্দ্ধনা জনোৱা হয় পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ ফালৰ পৰা ৷পঞ্চায়ত সভানেত্ৰী মাইনা মালীয়ে আট ধৰা এই সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে আঞ্চলিক পঞ্চায়তৰ সদস্য হিতেশ দাস,ছয়গাঁও প্ৰেছ ক্লাবৰ সভাপতি সুকুমাৰ মেধি,ছয়গাঁও প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় কলিতা,সাংবাদিক বিশ্বজিত দাস,ইন্দ্ৰজিত দাসকে ধৰি বহুতো বিশিষ্ট ব্যক্তি ৷