কোকৰাঝাৰ ভাগ: তিনিটা পাৰ্টিৰে বিটিচি চৰকাৰ হব লাগে বনৰগাঁওত নিৰ্বাচন প্ৰচাৰ চলাই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বিটিচি ত ত্ৰিপল ইঞ্জিন চৰকাৰ হব। তিনিটা পাৰ্টিয়ে চৰকাৰ ত থাকিব। সোমবাৰে দিনৰ ১২ বজাত কোকৰাঝাৰ জিলাৰ বনৰগাঁওত বনৰগাঁও আৰু দোতমা সমষ্টিৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিক ৰ আগত মন্তব্য প্ৰদান কৰে অসমৰ ৰ মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাই। বিটিচি ৰ পৰবৰ্তী চৰকাৰ তিনিটা পাৰ্টি ক্ৰমে ইউ পি পি এল, বিজেপি আৰু বিপিএফ অঞ্চলত শান্তি আৰু সমহ উন্নয়ন হোৱাৰ বাবে থকাটো বিচাৰোঁ বুলি মন্তব্য কৰে।