বাক্সা: তামুলপুৰ জিলা ইউপিপিএলৰ দলৰ কাৰ্যনিৰ্বাহক সভাত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো
Baska, Baksa | Oct 24, 2025 তামুলপুৰ জিলা ইউপিপিএলৰ দলৰ কাৰ্যনিৰ্বাহক সভাত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো। উক্ত কাৰ্যনিৰ্বাহক সভাত তামুলপুৰ জিলা ইউপিপিএলৰ কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া সকলে উপস্থিত থাকে ।অনাগত সময়ত বিটিআৰ বাসী ৰাইজৰ সৈতে হাতে হাত ধৰি আগৱঢ়াৰ সংকল্প লয়।