Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

ঢেকিয়াজুলি ভাগ: ১ নং জয়নগৰত শ্ৰীশ্ৰী ৰাধা কৃষ্ণ ও মণি ভৈৰৱ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সংবাদ মেল

বুধবাৰে বিয়লি অনুমানিক ৪ বজাত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ১ নং জয়নগৰত শ্ৰীশ্ৰী ৰাধা কৃষ্ণ ও মণি ভৈৰৱ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত এখন সংবাদ মেল অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে ১ নং জয়নগৰত থকা শ্ৰীশ্ৰী ৰাধা কৃষ্ণ ও মণি ভৈৰৱ শিৱ মন্দিৰ নিৰ্মাণৰ সাহাৰ্য্যাৰ্থে মন্দিৰ পৰিচালনা সমিতিয়ে আয়োজন কৰিছিলে উপহাৰ কুপনৰ খেল ৷ উক্ত খেল ১৮ চেপ্টেম্বৰ ২০২৫ তাৰিখ অৰ্থাৎ অহাকালি অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ যদিও বিশেষ কাৰণবশত উক্ত খেলৰ তাৰিখ সালসলনি কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷

MORE NEWS