উত্তৰ লক্ষীমপুৰ: কোটোহাগুৰিত বজ্ৰ পৰি জ্বলিল এটা বাসগৃহ, বজ্ৰ পৰাৰ ফলত জ্বলি গ'ল ঘৰটোৰ বহু আচবাব
North Lakhimpur, Lakhimpur | Aug 28, 2025
লখিমপুৰৰ কোটোহাগুৰিত বৃহস্পতিবাৰে পুৱতি নিশা বজ্ৰ পৰিল এটা বাসগৃহত। মধ্য তেলাহী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেশ...