বৰভাগ: জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে সমষ্টি ভিত্তিক স্বাস্থ্য শিবিৰৰ মুকালমুৱাৰ বৰক্ষেত্ৰী জুনিয়ৰ কলেজৰ স্থান পৰিদৰ্শন
জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে অহা ১৮ তাৰিখে অনুষ্ঠিত হ’বলগীয়া সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰৰ প্ৰস্তাৱিত স্থান বৰক্ষেত্ৰী জুনিয়ৰ কলেজ পৰিদৰ্শন কৰে। জিলা আয়ুক্ত গৰাকীৰ সৈতে জিলা উন্নয়ন আয়ুক্ত প্ৰমুখ্যে প্ৰশাসনিক বিষয়াসকল, স্বাস্থ্য বিভাগসহ জিলাখনৰ সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।