গুৱাহাটী: বশিষ্ঠ মন্দিৰ প্ৰাংগণত নিষিদ্ধ গাঞ্জা আৰু বৃহৎ পৰিমাণৰ সুৰা দাহ, উপস্থিত আৰক্ষী প্ৰশাসন আৰু আবকাৰী বিভাগৰ লোক
Guwahati, Kamrup Metropolitan | Aug 17, 2025
দেওবাৰে বশিষ্ঠ মন্দিৰ প্ৰাংগনত দাহন কাৰ্যসুচী।দমে দমে জ্বলি উঠিল নিষিদ্ধ গাঞ্জা। ধ্বংস কৰা হল বৃহৎ পৰিমাণৰ সুৰা। পৱিত্ৰ...