পশ্চিম নলবাৰী: নলবাৰীৰ ফুলগুৰিৰ ২০০ বছৰীয়া ৰাজহুৱা বাৰগোপাল থানাত চোৰৰ চাফাই অভিযান
নলবাৰীৰ জিলাৰ ২০০ বছৰীয়া ঐতিহাসিক ফুলগুৰিৰ বাৰগোপাল থানাত চোৰৰ চাফাই অভিযান৷যোৱা নিশা বাৰগোপাল মন্দিৰৰ বহু মুল্যবান পিতলৰ সামগ্ৰীৰ লগতে কৃষ্ণৰ মূৰ্তিৰ উপৰি দানপাত্ৰৰ পইচা লৈ যায় চোৰৰ দলটোৱে।