পূব ডিব্ৰুগড়: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ডিব্ৰুগড় বকুল পলিটেকনিক খেলপথাৰত ৩ হাজাৰ ৰাইজে একেলগে আবৃত্তি কৰিলে কবিতা
Dibrugarh East, Dibrugarh | Sep 7, 2025
অসম সাহিত্য সভাৰ ভাতৃ সংগঠন "অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদ" ৰ উদ্যোগত ডিব্ৰুগড় বকুল পলিটেকনিক খেলপথাৰত ভাৰত ৰত্ন ড৽...