কোকৰাঝাৰ ভাগ: নিৰ্বাচনৰ বাবে জিলাত সৰ্বমুঠ ১০০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব, জিলা আয়ুক্ত কাৰ্য্যালয়ত প্ৰকাশ আয়ুক্ত
Kokrajhar Part, Kokrajhar | Sep 6, 2025
বিটিচি নিৰ্বাচনৰ বাবে কোকৰাঝাৰ জিলাৰ ১২ টাকৈ পৰিষদীয় সমষ্টিত সৰ্বমুঠ ১০০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব । ...