গোলাঘাট: মেৰাপানীত আলমিৰা ভাঙি ডকাইতে লুটি নিলে নগদ ১৯ হাজাৰ টকাসহ দুই লক্ষাধিক টকাৰ সোণৰ গহনা,আৰক্ষী থানাত এজাহাৰ দাখিল
Golaghat, Golaghat | Jul 13, 2025
মেৰাপানীত এঘৰ লোকৰ ঘৰত আলমীৰা ভাঙি ডকাইতি লুটি নিলে নগদ ১৯ হাজাৰ টকা সহ দুই লক্ষাধিক টকাৰ সোণৰ গহনা l ঘটনা সন্দৰ্ভত...