Public App Logo
Jansamasya
���िल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Abvp
Biharnews
Fatehpur
Jodhpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
No video available

লাহৰীঘাট: লোচনাবড়ি পঞ্চায়তত PMAY গৃহৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি আৰু আনিয়মৰ অভিযোগ, সংবাদ মাধ্যমৰ আগত স্থানীয় লোকৰ প্ৰতিক্ৰিয়া

Laharighat, Morigaon | Apr 6, 2024
মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লোচনাবড়ি গাঁও পঞ্চায়তত PMAY গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়সংঘটিত হৈছে।অভিযোগ মতে, পঞ্চায়ত খনত GPC আৰু GRS গৰাকীয়ে ধনৰ বিনিময়ত সমগ্ৰ পঞ্চায়ত খনতে পৰ্বত সম দুৰ্নীতি সংঘটিত কৰিছে।এই সন্দৰ্ভত জিলা আয়ুক্ত গৰাকীৰ লগতে মৈৰাবাৰী খণ্ড উন্নয়ন বিষয়া গৰাকীক লিখিত অভিযোগ প্ৰদান কৰিও কোনো সুফল নোপোৱা অভিযোগ তুলিছে স্থানীয় এগৰাকী সচেতন ব্যক্তিয়ে।যাৰ বাবে আজি সচেতন ব্যক্তি গৰাকীয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনায়।