ধেমাজি: ধেমাজি জিলাৰ সদৰত কা' বাতিলৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ, প্ৰতিবাদত মুখ্যমন্ত্ৰী আৰু প্ৰধামন্ত্ৰীৰ প্ৰতিকৃতি দাহ
ধেমাজি জিলাৰ সদৰত কা' বাতিলৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ, প্ৰতিবাদত মুখ্যমন্ত্ৰী আৰু প্ৰধামন্ত্ৰীৰ প্ৰতিকৃতি দাহ ,।সোমবাৰে দিনৰ প্ৰায় ১২ মান বজাত কা বাতিলৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই অসমীয়া যুৱ মঞ্চৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত কা বাতিল কৰা দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন টোৱে।