গুৱাহাটী: গুৱহাটীত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন
গুৱহাটীত সোমবাৰে সন্ধিয়া জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন। জুবিন গার্গ আছিল জনতাৰ শিল্পী। দুখীয়া সাধাৰণ জনতাৰ দুখত সদায় সাহস হিচাপে থিয় দিছিল। গতিকে মংগলবাৰে বিয়লি দুই বজাত শিল্পীজনাৰ শেষকৃত্য সমাপন হব।অর্থাৎ বিয়লি ২ বজাৰ পাছত কোনো লোকে ক্ষুদ্র ব্যৱসায়ী সকলে দোকান-পোহাৰ খোলা আদি কার্যত যদি বাধা প্রদান কৰিবলৈ প্রয়াস কৰে, তেওঁলোকক আইনীভাৱে ব্যৱস্থা লোৱা হ’ব বুলি মংগলবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰী