মৰিগাঁও: নেলী আৰক্ষী থানাৰ সন্মুখৰ পৰা আৰক্ষীয়ে ৪১ টাকৈ গৰু সৰ্বৰাহ কৰা এখন ট্ৰাক জব্দ কৰাৰ লগতে আটক কৰিছে তিনিজন
Marigaon, Morigaon | Jul 18, 2025
নিশা মৰিগাঁৱৰ নেলী আৰক্ষীয়ে জব্দ কৰে ৪১টা গৰু ভৰ্তি এখন ট্ৰাক।আৰক্ষীয়ে জব্দ কৰা ট্ৰাক খনৰ নম্বৰ AS 01 LC 8185।নগাঁও...