ছয়গাঁও: ছয়গাঁৱৰ ঔগুৰী পথৰ সন্মূখত ভয়ানক পথ দুৰ্ঘটনা আহট এজন
নিশা ছয়গাঁৱত সংঘটিত হৈছে ভয়ানক পথ দুৰ্ঘটনা গুৰুটৰ ভাবে আহট এজন। বাইক আৰু ড্ৰাম্পাৰৰ মাজত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনা সংঘটিত হোৱাৰ লগে-লগে স্থানীয় ৰাইজে আহট সকলক মেডিকেল লৈ প্ৰেৰণ কৰে।