ঢেকিয়াজুলি ভাগ: ম্যাদ উকলা খাদ্য সামগ্ৰী বিক্ৰী কৰাক কেন্দ্ৰ কৰি ঢেকীয়াজুলিৰ ভি মাৰ্টত আট্ছাই সাব্যস্ত কৰিলে প্ৰতিবাদ
ম্যাদ উকলা খাদ্য সামগ্ৰী বিক্ৰী কৰাক কেন্দ্ৰকৰি আজি উত্তপ্ত হ’য় ঢেকীয়াজুলিৰ ভি মাৰ্ট ৷ ব্যৱস্থা গ্ৰহণৰ দাবীত ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত থকা ভি মাৰ্টৰ (V MART)ৰ সন্মুখত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । উল্লেখ্য যে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত থকা ভি মাৰ্ট কতৃপক্ষই ম্যাদ উকলা খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগত সংগঠনটোৱে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷