ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি
নলবাৰী জিলাৰ অন্যতম সোনালী জয়ন্তী বৰ্ষত উপনীত হোৱা অনুষ্ঠান বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলনে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জনাই৷