বাক্সা: ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিত নিৰ্বাচনী ফলাফলৰ দ্বিতীয় ৰাউণ্ড
Baska, Baksa | Sep 26, 2025 ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিত নিৰ্বাচনী ফলাফলৰ দ্বিতীয় ৰাউণ্ড। আজি বিটিচি নিৰ্বাচনৰ ফলাফলৰ ঘোষণা হৈ আছে তাৰ সমন্তৰালকৈ দ্বিতীয় ৰাউণ্ডৰ অন্তত ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ ফলাফল এইদৰে বিপিএফ – ৫৯৫৪ ইউপিপিএল – ১৭০১ -বিজেপি – ১৪২৮