ধেমাজি: ডিমৌত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত শৈক্ষিক কৰ্মশালা; অংশগ্ৰহণ জিলা সভাপতি চমৰাজ পুৰি
ডিমৌত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত শৈক্ষিক কৰ্মশালা; অংশগ্ৰহণ জিলা সভাপতি চমৰাজ পুৰি। শনিবাৰে আবেলি চাৰি বজাত ডিমৌ মহাবিদ্যালয়ত ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত ডিমৌ মহাবিদ্যালয় আৰু ডিমৌ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ সৈতে এক শৈক্ষিক কৰ্মশালা অনুষ্ঠিত কৰা হয়। আজিৰ অনুষ্ঠিত হোৱা শৈক্ষিক কৰ্মশালাত গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সভাপতি চমৰাজ পুৰী সহ বহুকেইজন গোৰ্খা ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ উপস্থিত থাকে।