বকো মণ্ডলৰ অন্তৰ্গত ৪১ নং দক্ষিণ লুকীৰ ১৩৮ নং বুথৰ ২নং শাখাতিত(টকৌবাৰী) বুথ সভাপতি ধনঞ্জয় ৰাভা ডাঙৰীয়াৰ উপস্থিতিত এখন দলীয় সাংগঠনিক সভাত অংশগ্ৰহন কৰো। সভাত বকো মণ্ডলৰ মাননীয় সভাপতি হিৰণ্য নাথ ডাঙৰীয়া, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ৰাভা ডাঙৰীয়া প্ৰমুখ্যে আন আন নেতা কৰ্মী সকল উপস্থিত আছিল।