ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত মহাপ্ৰবন্ধকৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ আঞ্চলিক ছাত্ৰ সন্থাৰ
Dhekiajuli Part, Sonitpur | Jun 4, 2025
ঢেকীয়াজুলিত বিদ্যুতৰ লুকাভাকু ৷ বিদ্যুতৰ লুকাভাকুক লৈ অতিষ্ঠ হৈছে গ্ৰাহক ৰাইজ ৷ সেয়েহে বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ...