গোঁসাইগাঁও ভাগ: অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ১ কিলোগ্ৰাম ড্ৰাগ্ছসহ বিহাৰৰ ড্ৰাগছ সৰ্বৰাকাৰী আমিত কুমাৰক গ্ৰপ্তাৰ
অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমানৰ ড্ৰাগ্ছ জব্দ কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে শিমুলটাপু আৰক্ষীয়ে অভিযান চলাই ড্ৰাগ্ছ সমূহ জব্দ কৰে। শ্ৰীৰামপুৰত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চকীত আৰক্ষীৰ দলে NL 07CC 4268 নম্বৰৰ বলেৰো পিকআপত তালাচী চলাই ড্ৰাগ্ছ সমূহ জব্দ কৰিবলৈ সক্ষম হয়।