ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ গাধাজুলিত প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰী আৰু CAA ৰ প্ৰতিলিপি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
Dhekiajuli Part, Sonitpur | Sep 5, 2025
CAA ৰ বিৰুদ্ধে শুক্ৰবাৰে সন্ধিয়া ৬ বজাত ঢেকীয়াজুলিৰ গাধাজুলিত দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ...