মৰঙী: বকিয়াল শামুকজানত ভুল চিকিৎসাত মৃত্যুৰে যুঁজিছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী, জাঙুৰ খাই উঠিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম
Morangi, Golaghat | Aug 31, 2025
ভুৱা চিকিৎসকৰ ভুল চিকিৎসাত মৃত্যুৰে যুঁজিছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। দেওবাৰে বিয়লি প্ৰায় ৪ মান বজাত বকিয়াল শামুকজানত উপস্থিত...