পশ্চিম যোৰহাট: যোৰহাটত আজিৰ পৰা আৰম্ভ সদৌ অসম ৪৮ সংখ্যক দাবা প্ৰতিযোগিতা, তিনি শতাধিক প্ৰতিযোগিৰ অংশগ্ৰহণ
Jorhat West, Jorhat | Jul 20, 2025
যোৰহাটত আজিৰ পৰা আৰম্ভ সদৌ অসম ৪৮ সংখ্যক দাবা প্ৰতিযোগিতা।তিনি শতাধিক প্ৰতিযোগিৰ অংশগ্ৰহণ।যোৰহাট জিলা দাবা সন্থাৰ...