বাঘবৰ: টাপাজুলি পথাৰ গাঁৱত বেঁকী নদীৰ খহনীয়া, প্ৰায় ৭০টা পৰিয়ালৰ ভেটি-মাটিৰ লগতে শ শ বিঘা খেতিপথাৰ জাহ গৈছে নৈত #jansamasya
Baghbor, Barpeta | Jul 29, 2025
কলগাছিয়াৰ টাপাজুলি পথাৰ গাঁৱত বেঁকী নদীৰ ব্যাপক গৰাখহনীয়া। গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশৰ...