উত্তৰ লক্ষীমপুৰ: কাকৈ ৰাজগড়ত সুৰা বেপাৰীয়ে প্ৰহাৰ কৰিলে জনপ্ৰতিনিধিক , সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি
North Lakhimpur, Lakhimpur | Sep 3, 2025
লখিমপুৰত সুৰা বেপাৰীয়ে জনপ্ৰতিনিধিক প্ৰহাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসম-অৰুণাচল সীমান্তবৰ্তী কাকৈ ৰাজগড়...