চাবুৱা: ২০০ বছৰ গৰকা ৰহমৰীয়াৰ নতুনকৈ নিৰ্মাণ কৰা গডপাৰা সত্ৰৰ শুভ উদ্বোধন কৰে বিধায়ক বিনোদ হাজৰিকাই
Chabua, Dibrugarh | Jun 27, 2025
অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ অধীনত ঐতিহাসিক ৰহমৰীয়াৰ গডপাৰা সত্ৰখন জৰাজীৰ্ণ অৱস্থাৰ পৰা নতুন ৰূপ দিয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা...