Public App Logo
Jansamasya
National
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth

টেঙাখাত: দুলীয়াজানৰ ১ নং বৰপথাৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্য, আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

Tengakhat, Dibrugarh | Sep 5, 2025
দুলীয়াজানৰ ১ নং বৰপথাৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ। আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো ৩ নং নাওশলীয়া গাঁৱৰ বিজু গড় বুলি চিনাক্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে

MORE NEWS