ডিফু: ডিলাইৰ ৬ মাইলত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ১১ কোটি টকাৰ নিষিদ্ধ ম'ৰফিন সহ আটক দুই সৰবৰাহকাৰী
Diphu, East Karbi Anglong | Aug 27, 2025
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং জিলাৰ অসম -নাগালেণ্ড সীমান্তত আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলোৱাৰ সময়তে মঙলবাৰে নিশা...