বঙাইগাঁও ভাগ: দোলাইগাঁৱত তীব্ৰ বতাহ বৰষুণৰ ফলত পথত বাগৰি পৰে প্ৰকাণ্ড গছ, যাৰ ফলত বন্ধ হৈ পৰে যাতায়াত, বিভিন্ন অঞ্চলত বিজুলী কৰ্তন
Bongaigaon Part, Bongaigaon | Jul 25, 2025
শুক্ৰবাৰে নিশা সময়ত বঙাইগাঁও চহৰত তীব্ৰ বতাহ বৰষুণ । তীব্ৰ বতাহ বৰষুণৰ ফলত বঙাইগাঁৱৰ দোলাইগাঁৱত পথত বাগৰি পৰে প্ৰকাণ্ড...