Public App Logo
Jansamasya
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
Newsupdate
���निका
No video available

গুৱাহাটী: মহানগৰীৰ সাউকুছি বুধবৰীয়া বজাৰ আৰু দিছপুৰ চুপাৰ মাৰ্কেটৰ বজাৰত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

বুধবাৰে দিনৰ ৪ বজাৰ পৰা ৬ বজালৈ মহানগৰী সাউকুছি বুধবৰীয়া আৰু দিছপুৰ চুপাৰ মাৰ্কেটৰ বজাৰত নিৰ্বাচনী প্ৰচাৰ চলাই গুৱাহাটী লোকসভা সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে ৷ বজাৰ কেইখনত চলোৱা নিৰ্বাচনী প্ৰচাৰত ৰন্ধন গেছৰ মুল্যবৃদ্ধি , ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী মুল্যবৃদ্ধিৰ বিৰুদ্ধে জনতাক সজাগ কৰাৰ লগতে বিবেক ভোট প্ৰদান কৰি বিজেপি পৰাভুত কৰি গনতন্ত্ৰৰ ৰক্ষাৰ লগতে সংবিধান ৰক্ষাৰ আহ্বান জনালে মীৰা বৰঠাকুৰে ৷