গুৱাহাটী: জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত উপস্থিত অভিনেতা যতীন বৰা, পৰিচালক ৰাজেশ ভূঞা,জুবিন গাৰ্গৰ ন্যায় বিচাৰি মন্তব্য
বুধবাৰে জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত উপস্থিত অভিনেতা যতীন বৰা, পৰিচালক ৰাজেশ ভূঞা। অসমৰ হীৰা এটুকুৰাক লৈ গৈ কিয় ঘূৰাই দিব নোৱাৰিলে?’ ‘জুবিন গাৰ্গৰ মৃত্যুক আমি সহজে মানি নলওঁ’।‘তদন্ত কৰি দোষীক উচিত শাস্তি দিয়ক’। জুবিন গাৰ্গৰ ন্যায় বিচাৰি মন্তব্য অভিনেতা যতীন বৰাৰ