মানকাচৰ: ড্ৰাগছমুক্ত জিলা গঠনৰ বাবে মানকাচৰত ৫১ মাতৃগোটৰ ড্ৰাগছবিৰোধী সমদল বাহিৰ, উপস্থিত সহকাৰী আয়ুক্ত
Mankachar, South Salmara-Mankachar | Jul 18, 2025
শুক্ৰবাৰে দুপৰীয়া ১ বজাত জিলা প্ৰশাসনৰ উদ্দ্যোগত মাতৃ গোটক সকলৰ ড্ৰাগছ বিৰোধী সমদল ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ...