গোলাঘাট: অনুসূচিত জাতিৰ ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ দাবীত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
Golaghat, Golaghat | Jul 28, 2025
অনুসূচিত জাতিৰ ভুমিহীন ৰাইজক ভূমি পট্টা প্ৰদানৰ দাবীত গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত জিলা অনুসূচিত জাতি ছাত্ৰ...