নাহৰকটীয়া: জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা উচিত তদন্ত বিচাৰি ৩ জন ব্যক্তি বিৰুদ্ধে নাহৰকটীয়া থানাত এজাহাৰ দাখিল জুবিন অনুৰাগী
অসম বাসীৰ হিয়া আমঠু তথা সুৰৰ সম্ৰাত জুবিন গাৰ্গক হেৰুৱাই দিশহাৰা হৈ পৰা ৰাজ্যবাসী তথা তেওঁৰ অনুৰাগী সকলে সহজে মানি লব পৰা নাই হাৰ্টথ্ৰব গৰাকী মৃত্যু । সেয়েহে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি নৰ্থ ইষ্ট ফেষ্টিবেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, ছিংগাপুৰস্থ অসম এছ'চিয়েনৰ সভাপতি অভিমন্যু তালুকদাৰ আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বিৰোদ্ধে নাহৰকটীয়া থানাত দাখিল কৰে এজাহাৰ এজন জুবিন অনুৰাগীয়ে