ছয়গাঁও: মৰমৰ জুবিন গাৰ্গ লৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন।
জুবিন বিহীন ৩০ টা দিন , অসমীয়া জাতিটোৱে এই এমাহ কিমান যন্ত্ৰণাত জীয়াই আছে অসম বাসী সেয়া অবৰ্ণনীয়। আজিৰ দিনটোত অসমৰ ভিন্ন প্ৰান্তত এমহীয়া শ্ৰাদ্ধৰ আয়োজন কৰিছেজু । তাৰ সমান্তৰাল ভাৱে ছয়গাঁৱৰ ৰিহাবাৰীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন।